ব্যৱসায়ৰাজনীতি

টিআৰপি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত ৰিপাব্লিক টিভিৰ CEO বিকাশ খানচান্দনিক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ

টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি) কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত ৰিপাব্লিক টিভিৰ CEO বিকাশ খানচান্দনিক আটক মুম্বাই আৰক্ষীৰ। শেহতীয়াকৈ এই কেলেংকাৰীত জড়িতৰ অভিযোগত আটক কৰিছিল ১৩জনক। অক্টোবৰত পোহৰলৈ আহিছিল ভুৱা টিভি ৰেটিং কেলেংকাৰী তথ্য। বিএআৰচিয়ে নিৰীক্ষণ কৰি টিআৰপি বা টেলিভিছন ৰেটিং পইণ্ট মূল্যায়ন কৰি দাখিল কৰিছিল অভিযোগ। ৬ অক্টোবৰত প্ৰথম প্ৰতিবেদন দাখিল কৰিছিল আৰক্ষীয়ে। চাৰ্জশ্বীট দাখিল কৰিছিল টি আৰ পি কেলেংকাৰীৰ ১,৪০০ পৃষ্ঠাৰ।

Team Zillion Media

Zillion Media is a multilingual platform that produces and publishes original stories with an aim to inform, educate, and inspire young mindsets. Zillion Media helps and educates people about technology, history, entrepreneurship, business, environment, and more, through thoughtful, well-crafted, engaging, and informative content.

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button