
কৌটিল্য পণ্ডিত আকৌ এবাৰ আহিছে জনসাধাৰণৰ মাজত। Google boy খিতাপ অৰ্জন কৰিছিল এই কৌটিল্যই। কৌটিল্য পণ্ডিত ভাৰতৰ ভৌগোলিক দিশত আছিল পাৰদৰ্শী। এই বাৰ কৌটিল্যই Google boy হিচাপে নহয় motivational speaker হিচাপে আহিছে জনসাধাৰণৰ মাজত। 3 বছৰৰ কৌটিল্য এতিয়া 13 বছৰৰ হ’ল । 13 বছৰৰ এই কৌটিল্যই এতিয়া ইউৰোপীয় ভাষাত ভাষন দি সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে লগতে সকলোৰে প্ৰেৰণাৰ পাত্ৰ হৈ পৰিছে।