দেশট্ৰেণ্ডিং

কৰোনা ভাইৰাছৰ ভেকচিন দুটা ড’জত উপলব্ধ হ’ব ভাৰতত

ভাৰতৰ ড্ৰাগ নিয়ন্ত্ৰকে ভাৰতত দুটা ড’জত উপলব্ধ কৰিব কৰোনা ভাইৰাছৰ ভেকচিন। এটা ড’জৰ পৰা আনটোলৈ সময়সীমা ৪ সপ্তাহ। AstraZeneca/Oxford vaccine ৰ লগতে ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মিত ভেকচিন উপলব্ধ হ’ব একেলগে। Central Drugs Standards Control Organization (CDSCO) য়ে ইতিমধ্যে সিদ্ধান্ত মঞ্জুৰ কৰিছে। আজি এক বাতৰি সন্মিলনৰ যোগে প্ৰতিস্থানৰ বিষয়ববীয়াই মূল সিদ্ধান্ত জানিবলৈ দিব বুলি জনা গৈছে।

Featured image: India Today

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button