ৰাজনীতি

কৃষকৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন কেজৰিৱালৰ

কৃষকৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন কেজৰিৱালৰ। আন্দোলনকাৰী কৃষকসকলে আজি দিল্লীৰ সকলো প্ৰৱেশ পথত অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সকলো মানুহকে এই অনশন কাৰ্যসূচীৰ লগতে কৃষক আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button